ৰেঙণি
Thursday, 23 January 2014
পথাৰৰ মানুহ
পথাৰৰ মানুহ
সেউজীয়া পথাৰ
আৰু
আবেলি ,
সন্ধ্যা নমাৰ
আগেয়ে খোজকঢ়া
আজি কৰুণ সপোন !
আৰু তুমি !
তোমাৰ পথাৰত
হাল বোৱাৰ আগেয়ে
এবাৰ কিয়
ন'কলা
চাউল নালাগে বুলি ৷
ৰাঙলী নকৰাকৈয়ে কাটি
আনিলোহেঁতেন তোমাৰ খেতিদৰা !
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment